Author: Vijay Pathak | Last Updated: Sat 31 Aug 2024 7:40:25 PM
এষ্ট্ৰোকেম্পৰ এই 2025 গৃহ প্ৰৱেশ মুহুৰ্ত প্ৰৱন্ধটোত আগন্তুক বৰ্ষত গৃহ প্ৰৱেশৰ বাবে শুভ তিথি, শুভ বাৰ আৰু শুভ সময় অৱগত কৰা হৈছে। ইয়াৰ লগতে এই লোখাটোত এই তথ্যও প্ৰদান কৰা হৈছে যে গৃহ প্ৰৱেশৰ মহত্ব কি আৰু গৃহ প্ৰৱেশ মুহুৰ্ত অবিহনেও গৃহ প্ৰৱেশৰ পূজা কৰিব পৰা যায় নে আৰু গৃহ প্ৰৱেশ কিমান প্ৰকাৰ আছএ।
Read in English: 2025 Griha Pravesh Muhurat
পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য
2025 গৃহ প্ৰৱেশ মুহুৰ্ত প্ৰৱন্ধৰ জৰিয়তে আপোনাক জনাওঁ যে নতুন গৃহত প্ৰৱেশ কৰিবৰ বাবে হিন্দু ধৰ্মত কিছুমান ৰীতি-নীতি আৰু নিয়ম আছে। ইয়াৰ লগতে শুভ তিথি আৰু মুহুৰ্ততহে নতুন ঘৰত প্ৰৱেশ কৰা উচিত। নতুন ঘৰত প্ৰৱেশ কৰাটোকেই গৃহ প্ৰৱেশ বুলি কোৱা হয়। জ্যোতিষীসকলে বিশ্বাস কৰে যে নতুন ঘৰত তেতিয়াহে প্ৰৱেশ কৰিব লাগে যেতিয়া ইতিবাচক শক্তিৰ স্তৰ যথেষ্ট অধিক হয়। শুভ তিতি আৰু নক্ষত্ৰৰ আধাৰত এই কথাৰ অনুসন্ধান কৰিব পাৰি যে কোন দিনত ইতিবাচক শক্তি সকলোতকৈ অধিক হয় আৰু এই অনুসৰি আপুনি কেতিয়া গৃহ প্ৰৱেশ কৰিব লাগে।
জ্যোতিষীসকলৰ মতে খৰমাহ, শ্ৰাদ্ধ আৰু চাতুৰ্মাহৰ সময়ত গৃহহ প্ৰৱেশ কৰিব নালাগে। গৃহ প্ৰৱেশৰ বাবে কোনো অভিজ্ঞ জ্যোতিষীৰপৰা পৰামৰ্শ গ্ৰহণ কৰাটো আৱশ্যকীয়।
ভাৰতত নতুন ঘৰ বা সম্পত্তি ক্ৰয় কৰিবৰ বাবে বা নতুন ঘৰত প্ৰৱেশ কৰিবৰ বাবে প্ৰথমে 2025 গৃহ প্ৰৱেশ মুহুৰ্ত চোৱাৰ নিয়ম আছে। মান্যতা আছে যে শুভ দিন বা শুভ মুহুৰ্তত গৃহ প্ৰৱেশ কৰাৰ ফলত সেই ঘৰ তথা পৰিয়াললৈ সৌভাগ্য আহে। গৃহ প্ৰৱেশ হৈছে এক হিন্দু অনুষ্ঠান য’ত ঘৰত প্ৰথম বাৰ খোজ দিয়াৰ অথবা তাত থকাটো আৰম্ভ কৰাৰ পূৰ্বে পূজা সমাৰোহ সম্পন্ন কৰা হয়।
हिंदी में पढ़ने के लिए यहां क्लिक करें: 2025 गृह प्रवेश मुहूर्त
এই লেখাটোত ইয়াৰ পিছত বৰ্ষ 2025 গৃহ প্ৰৱেশ মুহুৰ্ত সম্পৰ্কীয় সকলো শুভ তিথিৰ সূচী প্ৰদান কৰা হৈছে। এই সূচীত আপোনাক প্ৰতিটো মাহৰ শুভ তিথি, শুভ দিন আৰু শুভ সময়ৰ তথ্য় প্ৰদান কৰা হৈছে। আপুনি নিজৰ জ্যোতিষীৰপৰা পৰামৰ্শ গ্ৰহণ কৰি নিজৰ গৃহ প্ৰৱেশৰ বাবে শুভ তিথি বাছনি কৰিব পাৰিব।
এই মাহত গৃহ প্ৰৱেশ কৰিবৰ বাবে কোনো শুভ মুহুৰ্ত উপলব্ধ নাই।
|
তাৰিখ আৰু বাৰ |
শুভ মুহুৰ্ত |
তিথি |
নক্ষত্ৰ |
|
06 ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ |
ৰাতি 10 বাজি 52 মিনিটৰপৰা 07 ফেব্ৰুৱাৰী 2025 ৰ ৰাতিপুৱা 07 বাজি 07 মিনিট পৰ্য্যন্ত |
দশমী |
ৰোহিণী |
|
07 ফেব্ৰুৱাৰী, শুক্ৰবাৰ |
ৰাতিপুৱা 07 বাজি 07মিনিটৰপৰা পিছদিনা ৰাতিপুৱা 07 বাজি 07 মিনিট পৰ্য্যন্ত |
দশমী আৰু একাদশী |
ৰোহিণী, মৃগশিৰা |
|
08 ফেব্ৰুৱাৰী, শনিবাৰ |
ৰাতিপুৱা 07 বাজি 07 মিনিটৰপৰা সন্ধিয়া 06 বাজি 06 মিনিট পৰ্য্যন্ত |
একাদশী |
মৃগশিৰা |
|
14 ফেব্ৰুৱাৰী, শুক্ৰবাৰ |
ৰাতি 11 বাজি 09 মিনিটৰপৰা পিছদিন ৰাতিপুৱা 07 বাজি 03 মিনিট পৰ্য্যন্ত |
তৃতীয়া |
উত্তৰ ফাল্গুনী |
|
15 ফেব্ৰুৱাৰী, শনিবাৰ |
ৰাতিপুৱা 07 বাজি 03 মিনিটৰপৰা ৰাতি 11 বাজি 51 মিনিট পৰ্য্যন্ত |
তৃতীয়া |
উত্তৰ ফাল্গুনী |
|
17 ফেব্ৰুৱাৰী, সোমবাৰ |
ৰাতিপুৱা 07 বাজি 01 মিনিটৰপৰা পিছদিনা ৰাতিপুৱা 04 বাজি 52 মিনিট পৰ্য্যন্ত |
পঞ্চমী |
চিত্ৰা |
|
তাৰিখ আৰু বাৰ |
শুভ মুহুৰ্ত |
তিথি |
নক্ষত্ৰ |
|
01 মাৰ্চ, শনিবাৰ |
ৰাতিপুৱা 11 বাজি 22 মিনিটৰপৰা পিছদিনা ৰাতিপুৱা 06 বাজি 51 মিনিট পৰ্য্যন্ত |
দ্বিতীয়া আৰু তৃতীয়া |
উত্তৰ ভাদ্ৰপদ |
|
05 মাৰ্চ, বুধবাৰ |
ৰাতি 1 বাজি 08 মিনিটৰপৰা ৰাতিপুৱা 06 বাজি 47 মিনিট পৰ্য্যন্ত |
সপ্তমী |
ৰোহিণী |
|
06 মাৰ্চ, বৃহস্পতিবাৰ |
ৰাতিপুৱা 06 বাজি 47 মিনিটৰপৰা 10 বাজি 50 মিনিট পৰ্য্যন্ত |
সপ্তমী |
ৰোহিণী |
|
14 মাৰ্চ, শুক্ৰবাৰ |
12 বাজি 23 মিনিটৰপৰা পিছদিনা ৰাতিপুৱা 06 বাজি 39 মিনিট পৰ্য্যন্ত |
প্ৰতিপদ |
উত্তৰ ফাল্গুনী |
|
17 মাৰ্চ, সোমবাৰ |
06 বাজি 37 মিনিটৰপৰা দুপৰীয়া 02 বাজি 46 মিনিট পৰ্য্যন্ত |
তৃতীয়া |
চিত্ৰা |
|
24 মাৰ্চ, সোমবাৰ |
06 বাজি 30 মিনিটৰপৰা 04 বাজি 26 মিনিট পৰ্য্যন্ত |
দশমী |
উত্তৰষাড়া |
আপোনাৰ সোঁৱৰণিত আছে নেকি ৰাজযোগ? জানিবৰ বাবে এতিয়াই ক্ৰয় কৰক बृবৃহ কুণ্ডলী
|
তাৰিখ আৰু বাৰ |
শুভ মুহুৰ্ত |
তিথি |
নক্ষত্ৰ |
|
30 এপ্ৰিল, বুধবাৰ |
ৰাতিপুৱা 05 বাজি 58 মিনিটৰপৰা দুপৰীয়া 02 বাজি 11 মিনিট পৰ্য্যন্ত |
তৃতীয়া |
ৰোহিণী |
|
তাৰিখ আৰু বাৰ |
শুভ মুহুৰ্ত |
তিথি |
নক্ষত্ৰ |
|
07 মে’, বুধবাৰ |
সন্ধিয়া 06 বাজি 16 মিনিটৰপৰা পিছদিনা ৰাতিপুৱা 05 বাজি 53 মিনিট পৰ্য্যন্ত |
একাদশী |
উত্তৰ ফাল্গুনী |
|
08 মে’, বৃহস্পতিবাৰ |
05 বাজি 53 মিনিটৰপৰা বাজি 12 बजकर 28 মিনিট পৰ্য্যন্ত |
একাদশী |
উত্তৰ ফাল্গুনী |
|
09 মে’, শুক্ৰবাৰ |
ৰাতি 12 বাজি 08 মিনিটৰপৰা ৰাতিপুৱা 05 বাজি 52 মিনিট পৰ্য্যন্ত |
ত্ৰয়োদশী |
চিত্ৰা |
|
10 মে’, শুক্ৰবাৰ |
ৰাতিপুৱা 05 বাজি 52 মিনিটৰপৰা সন্ধিয়া 05 বাজি 29 মিনিট পৰ্য্যন্ত |
ত্ৰয়োদশী |
চিত্ৰা |
|
14 মে’, বুধবাৰ |
ৰাতিপুৱা 05 বাজি 50 মিনিটৰপৰা 11 বাজি 46 মিনিট পৰ্য্যন্ত |
দ্বিতীয়া |
অনুৰাধা |
|
17 মে’, শনিবাৰ |
সন্ধিয়া 05 বাজি 43 মিনিটৰপৰা পিছদিনা ৰাতিপুৱা 05 বাজি 48 মিনিট পৰ্য্যন্ত |
পঞ্চমী |
উত্তৰষাড়া |
|
22 মে’, বৃহস্পতিবাৰ |
সন্ধিয়া 05 বাজি 47 মিনিটৰপৰা পিছদিনা ৰাতিপুৱা 05 বাজি 46 মিনিট পৰ্য্যন্ত |
দশমী, একদাশী |
উত্তৰ ভাদ্ৰপদ |
|
23 মে’, শুক্ৰবাৰ |
ৰাতিপুৱা 05 বাজি 46 মিনিটৰপৰা ৰাতি 10 বাজি 29 মিনিট পৰ্য্যন্ত |
একাদশী |
উত্তৰ ভাদ্ৰপদ, ৰেৱতী |
|
28 মে’, বুধবাৰ |
ৰাতিপুৱা 05 বাজি 45 মিনিটৰপৰা ৰাতি 12 বাজি 28 মিনিট পৰ্য্যন্ত |
দ্বিতীয়া |
মৃগশিৰা |
|
তাৰিখ আৰু বাৰ |
শুভ মুহুৰ্ত |
তিথি |
নক্ষত্ৰ |
|
06 জুন, শুক্ৰবাৰ |
ৰাতিপুৱা 06 বাজি 33 মিনিটৰপৰা পিছদিনা ৰাতিপুৱা 04 বাজি 47 মিনিট পৰ্য্যন্ত |
একাদশী |
চিত্ৰা |
এই মাহত গৃহ প্ৰৱেশ কৰিবৰ বাবে কোনো শুভ মুহুৰ্ত উপলব্ধ নাই।
এই মাহত গৃহ প্ৰৱেশ কৰিবৰ বাবে কোনো শুভ মুহুৰ্ত উপলব্ধ নাই।
এই মাহত গৃহ প্ৰৱেশ কৰিবৰ বাবে কোনো শুভ মুহুৰ্ত উপলব্ধ নাই।
|
তাৰিখ আৰু বাৰ |
শুভ মুহুৰ্ত |
তিথি |
নক্ষত্ৰ |
|
24 অক্টোবৰ, শুক্ৰবাৰ |
ৰাতিপুৱা 06 বাজি 31 মিনিটৰপৰা ৰাতি 01 বাজি 18 মিনিট পৰ্য্যন্ত |
তৃতীয়া |
অনুৰাধা |
|
তাৰিখ আৰু বাৰ |
শুভ মুহুৰ্ত |
তিথি |
নক্ষত্ৰ |
|
03 নৱেম্বৰ, সোমবাৰ |
ৰাতিপুৱা 06 বাজি 36 মিনিটৰপৰা ৰাতি 02 বাজি 05 মিনিট পৰ্য্যন্ত |
ত্ৰয়োদশী |
উত্তৰ ভাদ্ৰপদ, ৰেৱতী |
|
07 নৱেম্বৰ, শুক্ৰবাৰ |
ৰাতিপুৱা 06 বাজি 39 মিনিটৰপৰা পিছদিনা ৰাতিপুৱা 06 বাজি 39 মিনিট পৰ্য্যন্ত |
দ্বিতীয়া আৰু তৃতীয়া |
ৰোহিণী আৰু মৃগশিৰা |
|
14 নৱেম্বৰ, শুক্ৰবাৰ |
ৰাতি 09 বাজি 20 মিনিটৰপৰা 06 বাজি 44 মিনিট পৰ্য্যন্ত |
দশমী আৰু একাদশী |
উত্তৰ ফাল্গুনী |
|
15 নৱেম্বৰ, শনিবাৰ |
ৰাতিপুৱা 06 বাজি 44 মিনিটৰপৰা 11 বাজি 34 মিনিট পৰ্য্যন্ত |
একাদশী |
উত্তৰ ফাল্গুনী |
|
24 নৱেম্বৰ, সোমবাৰ |
ৰাতি 09 বাজি 53 মিনিটৰপৰা পিছদিনা ৰাতিপুৱা 06 বাজি 51 মিনিট পৰ্য্যন্ত |
পঞ্চমী |
উত্তৰষাড়া |
এই মাহত গৃহ প্ৰৱেশ কৰিবৰ বাবে কোনো শুভ মুহুৰ্ত উপলব্ধ নাই।
প্ৰাচীন হিন্দু সভ্যতাত গৃহ প্ৰৱেশ তিনি প্ৰকাৰ বুলি অৱগত কৰা হৈছে। ইয়াৰ ভিতৰত আছে অপূৰ্ব গৃহ প্ৰৱেশ, সপূৰ্ব গৃহ প্ৰৱেশ আৰু দ্বন্দ্ব গৃহ প্ৰৱেশ।
2025 গৃহ প্ৰৱেশ মুহুৰ্ত প্ৰৱন্ধৰ জৰিয়তে আপোনাক জনাওঁ যে ইয়াৰ ভিতৰত অপূৰ্ব গৃহ প্ৰৱেশৰ অৰ্থ হৈছে নিজৰ ভিতৰতে অনন্য। সপূৰ্ব গৃহ প্ৰৱেশৰ অৰ্থ হৈছে প্ৰথমৰেপৰাই ঘৰ থকা আৰু দ্বন্দ্ব গৃহ প্ৰৱেশৰ অৰ্থ হৈছে দ্বিতীয় বাৰ। আহক গৃহ প্ৰৱেশৰ এই প্ৰকাৰবোৰৰ বিষয়ে সংক্ষিপ্তভাৱে বুজোঁ।
অপূৰ্ব গৃহ প্ৰৱেশ: অপূৰ্ব গৃহ প্ৰৱেশৰ অৰ্থ হৈছে অনন্য বা যি পূৰ্বতে কৰা নাই। অপূৰ্ব গৃহ প্ৰৱেশক নতুন গৃহ প্ৰৱেশ হিচাপে জনা যায়। ইয়াত পৰিয়ালৰ সদস্যসকলে নিজৰ পুৰণা ঘৰৰপৰা নতুন ঘৰত প্ৰথম বাৰ প্ৰৱেশ কৰে।
সপূৰ্ব গৃহ প্ৰৱেশ: ইয়াত ইণ্ডিপেণ্ডেণ্ট ঘৰ, ৰিচে’লৰ বাবে দিয়া ঘৰ বা ভাড়া ঘৰৰ গৃহ প্ৰৱেশ কৰা হয়। এনেধৰণৰ ঘৰ পূৰ্বৰেপৰাই নিৰ্মিত হৈ থাকে আৰু ইয়াত ভাড়াতীয়া থাকে।
দ্বন্দ্ব গৃহ প্ৰৱেশ: যেতিয়া কোনো ঘৰলৈ প্ৰাকৃতিক দুৰ্গতি যেনে ভূমিকম্প আদিৰ কাৰণে সমস্য়া আহে, তেতিয়া দ্বন্দ্ব গৃহ প্ৰৱেশ সম্পন্ন কৰা হয়। এনে পূজাৰদ্বাৰা তাত থকা লোকসকলে ইতিবাচক চিন্তা কৰিবলৈ আৰু আগবাঢ়ি গৈ সুখী জীৱন-যাপন কৰিবৰ বাবে উৎসাহ লাভ কৰে।
সন্তানৰ কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
নতুন ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে এই কথাকেইটা মনত ৰাখক:
পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন
বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি গৃহ প্ৰৱেশৰ পূজা বিস্তৃতভাৱে কৰা হয়। অভিজ্ঞ পণ্ডিত বা জ্যোতিষীৰদ্বাৰা পূজা কৰোৱাটো উত্তম হিচাপে বিবেনা কৰা হয় কিন্তু যদিহে কোনো কাৰণবশতঃ পণ্ডিত পোৱা নাযায় তেনেহ’লে আপুনি নিজেই নিজৰ ঘৰৰ পূজা কৰিব পাৰে।
2025 গৃহ প্ৰৱেশ মুহুৰ্ত প্ৰৱন্ধৰ জৰিয়তে জনাওঁ যেইয়াৰ বাবে সৰ্বপ্ৰথমে হিন্দু কেলেণ্ডাৰৰপৰা পূজা বাবে শুভ তিথি উলিয়াই লওক। গৃহ প্ৰৱেশৰ পূজা সামগ্ৰী গোটাই লৈ পূজা আৰম্ভ কৰক।
সাধাৰণতে 2025 গৃহ প্ৰৱেশ মুহুৰ্ত অনুসৰিহে গৃহ প্ৰৱেশ কৰিব লাগে কিন্তু যদিহে আপুনি এই কথাবোৰত বিশ্বাস নকৰে তেনেহ’লে আপুনি কোনো মুহুৰ্ত নোচোৱাকৈ গৃহ প্ৰৱেশ পূজা কৰিব পাৰে। অৱশ্যে, আপুনি নতুন ঘৰত গৃহ শান্তি পাঠ নিশ্চিতভাৱে কৰাব লাগে যাতে আপোনাৰ ঘৰত ইতিবাচক শক্তি বৰ্ত্তি থাকে আৰু আপোনাৰ ঘৰখন নেতিবাচক আৰু অশুভ শক্তিৰপৰা দূৰত থাকে। আপুনি পূজনৰ পিছক দান-পুণ্য়ও কৰিব পাৰে।
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেকুৱা ধৰণৰ আৰু অধিক প্ৰৱন্ধৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ
1. গৃহ প্ৰৱেশৰ বাবে কোন মাহ আটাইতকৈ ভাল?
গৃহ প্ৰৱেশৰ বাবে আটাইতকৈ শুভ মাহ হৈছে মাঘ, ফাগুন, ব’হাগ আৰু জেঠ।
2. গৃহ প্ৰৱেশৰ বাবে আটাইতকৈ ভাল বাৰ কি?
গৃহ প্ৰৱেশৰ বাবে আটাইতকৈ ভাল বাৰ হৈছে শুক্ৰবাৰে।
3. গৃহ প্ৰৱেশৰ বাবে কোন মাহ ভাল নহয়?
আহাৰ, শাওণ, ভাদ, আহিন আৰু পুহ মাহক গৃহ প্ৰৱেশৰ বাবে শুভ বুলি গণ্য কৰা নহয়।
4. কোন মাহ শুভ নহয়?
খৰমাহ, যাক মলমাহ হিচাপেও জনা যায় তাক শুভ হিচাপে গণ্য কৰা নহয়।
Best quality gemstones with assurance of AstroCAMP.com More
Take advantage of Yantra with assurance of AstroCAMP.com More
Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Best quality Rudraksh with assurance of AstroCAMP.com More
Get your personalised horoscope based on your sign.